নলবাৰী জিলাৰ মুকালমুৱাৰ নিকটৱৰ্টী ঘৰুৱাবাহাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়।জানিব পৰা মতে, ঘৰুৱাবাহাৰ পৰা ২ নং নাৰোৱা অভিমুখে তীব্ৰ গতিত আহি থকা এখন স্কৰপিঅ’ বাহনে প্ৰথমে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ বাওঁফালে বাগৰি যোৱাৰ উপক্ৰম হোৱাত চালকজনে একেই গতিত বাহনখন সোঁফালে ঘূৰাবলৈ লওতেপথতে মেৰামতিৰ কাম কৰি থকা দুগৰাকীকৈ মহিলা আঘাতপ্ৰাপ্ত হয়। লগে লগে আঘাতপ্ৰাপ্ত মহিলা দুগৰাকীক মুকালমুৱাৰ গ্ৰামীণ চিকিৎসায়ত ভৰ্তি কোৰোৱা হয় যদিও গুৰুতৰভাবে আঘাত পোৱা গণেশ্বৰী বড়ো (৪২) নামৰ মহিলা গৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।মৃত গণেশ্বৰী বড়ো কেকানকুছি। গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে- ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চালক জন।পিছত ক্ষুব্ধ ৰাইজে উত্তেজিত হৈ জলাই দিয়ে স্কৰপিঅ’ বাহনখন।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…