Nazira । দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা নগৰ

১৭ জানুৱাৰী, ২০২৫ঃ Nazira । বিশ্ব শান্তি আৰু মানৱ সমাজৰ কল্যাণ সাধনৰ উদ্দেশ্য আগত ৰাখি গুৰুজনাৰ সৃষ্ট শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ ভাগি পাঠ আৰু ব্যাখ্যানুষ্ঠান আজিৰ পৰা আৰম্ভ কৰা হৈছে ।

তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজিত এই কাৰ্যসূচীৰ আজিৰ প্ৰথম দিনাই সমগ্ৰ নাজিৰা নগৰাঞ্চল দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰি তুলিছে । পুৱা প্ৰাতঃপ্ৰসঙ্গৰ পিছতে ধৰ্মধ্বজা উত্তোলন আৰু শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ শোভাযাত্ৰাই নাজিৰা নগৰাঞ্চল পূণ্যভূমিত পৰিণত কৰি তোলে ।

Related Articles