February 16, 2021 সুখবৰ,ৰাজ্যত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ১৫ ৰ পৰা ২০ পইচা হ্ৰাস Share FacebookTwitterWhatsAppTelegramKooEmail প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ১৫ ৰ পৰা ২০ পইচা হ্ৰাস । অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে এইকথা প্ৰকাশ কৰি কৈছে যে ২ শতাংশ মাচুল হ্ৰাসৰ এই নতুন নিৰিখ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব । Author: দৈনন্দিন বাৰ্তা Related Articles হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা দৈনন্দিন বাৰ্তা - April 30, 2026 শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ দৈনন্দিন বাৰ্তা - April 30, 2026 ৰিয়ানৰ বিৰুদ্ধে কঠোৰ BCCI: জৰিমনা বিহিলে ৰিয়ান পৰাগক দৈনন্দিন বাৰ্তা - April 30, 2026