নাগালেণ্ডৰ হৰ্ণবিল টিভিৰ সাংবাদিক দ্বীপ শইকীয়া গুলীবিদ্ধ।(Assam Journalist)
দুৰ্বৃত্তই গুলীচালনা কৰে সাংবাদিকগৰাকীক।
মণিপুৰৰ সেনাপতি জিলাত বাতৰি সংগ্ৰহ কৰি থাকোতে এই ঘটনা ঘটে।
লাইগাঁৱত ফ্লাৱাৰ ফেষ্টিভেলৰ বাতৰি সংগ্ৰহ কৰি আছিল দ্বীপ শইকীয়াই।
সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি সাংবাদিকগৰাকীক।
কিছুদিন পূৰ্বে দ্বীপ শইকীয়াক ভাবুকি দিছিল নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীয়ে।

