অৱশেষত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক গ্ৰেপ্তাৰ।(Shyamkanu Mahanta)
বৰঝাৰ বিমানবন্দৰৰ পৰা বিশাল কনভয়ৰ মাজত CIDৰ কাৰ্যালয়লৈ অনা হৈছে।

হেণ্ডকাফ লগাই নিয়া হ’ল দুয়োকে।
১৪ দিনৰ বাবে CIDৰ জিম্মাত সিদ্ধাৰ্থ-শ্যামকানু।
শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰত সন্তুষ্টি প্ৰকাশ গৰিমা গাৰ্গৰ।
বৰঝাৰ বিমানবন্দৰৰ পৰা বিশাল কনভয়ৰ মাজত CIDৰ কাৰ্যালয়লৈ অনা হৈছে শ্যামকানু মহন্তক।

CID কাৰ্য্যালয়লৈ যোৱা প্ৰতিটো পথত আৰোপ কৰা হৈছে CRPF, ৰেপিড এক্সন ফৰ্চ।
নিৰাপত্তাজনীত কাৰণত আৰোপ কৰা হৈছে ৫০০ শতাধিক আৰক্ষী।

