ছিংগাপুৰত হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক?(Zubeen Garg Death Case)
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ‘হত্যাকাণ্ড’ৰ BNS সংযোজন।
CID-এ সংযোজন কৰিছে হত্যাকাণ্ডৰ ধাৰা।
শ্যামকানু-সিদ্ধাৰ্থক জেৰা চলাই চাঞ্চল্যকৰ তথ্য লাভ।
নতুন তথ্য লাভৰ পাছতে হত্যাকাণ্ডৰ ধাৰা সংযোজন।
18/2025 নং গোচৰত সংযোজন BNSৰ 103 ধাৰা।
আনহাতে জুবিনৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্য।
শেহতীয়াকৈ সিদ্ধাৰ্থ-শ্যামকানুক যি জেৰা চলাইছে সেই জেৰাত হয়তো বহু চাঞ্চল্যকৰ তথ্য লাভ কৰিছে।
যাৰ বাবে BNSৰ 103 ধাৰা সংযোজনৰ কৰা হৈছে এই ঘটনাত।

