Shyamkanu Mahanta: নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন ৩ ব্যক্তিক তলব CIDৰ

নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত আন ৩ ব্যক্তিক তলব CIDৰ।(Shyamkanu Mahanta)

CIDএ তলব কৰিছে নৰ্থইষ্ট ফেষ্টিভেলৰে জড়িত তিনিজনক।


নয়নজ্যোতি দাস, দ্বীপজ্যোতি ৰায়ক আৰু ৰক্তিম ৰয়ক CIDএ তলব কৰিছে।


তিনিওজন হাজিৰ হৈছে CIDৰ কার্যালয়ত।


শ্যামকানুৰ অতিকৈ ঘনিষ্ঠ এই তিনিজন ব্যক্তি।


ৰক্তিম ৰয়ে চাইছিল শ্যামকানুৰ বিত্তীয় লেনদেন।

Related Articles