Jatin Bora’s Daughter: সামাজিক মাধ্যমত অভিনেতা যতীন বৰাৰ কন্যাৰ বিৰুদ্ধে ক্ষোভ!

সামাজিক মাধ্যমত (Jatin Bora’s Daughter) অভিনেতা যতীন বৰাৰ কন্যা আস্থা বৰাৰ বিৰুদ্ধে ক্ষোভ।

জুবিন অনুৰাগীৰ ক্ষোভ যতীন বৰাৰ কন্যাৰ বিৰুদ্ধে।

আস্থা বৰাই জুবিন গাৰ্গক জুবিন আৰু সি বুলি সম্বোধন কৰিছিল।

জুবিনক তই বুলি সম্বোধন কৰাৰ বাবেই ক্ষোভ জুবিন অনুৰাগীৰ।

একাংশই আস্থাৰ লগতে পিতৃ অভিনেতা যতীন বৰাক উদ্দেশ্যিও কটু মন্তব্যও কৰে।

আস্থাক ক্ষমা কৰি দিবলৈ আহ্বান গৰিমা গাৰ্গ, পামী বৰঠাকুৰৰ।

এই ঘটনাৰ পাছতে ৰাইজক উদ্দেশি বিশেষ পোষ্ট কৰে জুবিন পত্নী গৰিমা গাৰ্গৰ লগে ভগ্নী পালমী বৰঠাকুৰে।

ৰৈ ৰৈ বিনালে প্ৰথম দিনটোত সংবাদ মাধ্যমৰ আগত আস্থাই ছবিখন সন্দৰ্ভত মন্তব্য কৰোঁতে জুবিন গাৰ্গক জুবিন আৰু সি বুলি সম্বোধন কৰিছিল।

এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পাছতে জুবিন অনুৰাগী সকল ক্ষুব্ধ হৈ পৰে।

এই ঘটনাৰ পাছতে ৰাইজক উদ্দেশি সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিনৰ ভগ্নী পামী বৰঠাকুৰে।

Related Articles