February 22, 2021 আজিৰে পৰা পুনৰ আৰম্ভ জম্মু-কাশ্মীৰৰ বানিহাল বাৰামুল্লা ৰে’ল সেৱা Share FacebookTwitterWhatsAppTelegramKooEmail আজিৰে পৰা জম্মু-কাশ্মীৰৰ বানিহাল বাৰামুল্লা ৰে’ল সেৱা পুনৰ আৰম্ভ হ’ব। উল্লেখযােগ্য যে যােৱা ১১মাহ ধৰি এই ৰে’লসেৱা বন্ধ হৈ আছিল। উত্তৰ ৰে’লৱেৰ মুখ্য আঞ্চলিক প্ৰৱন্ধক ছাকিব ইউছুফে সংবাদদাতাক এই বিষয়ে জানিবলৈ দিয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles ২০২৭ৰ লোকপিয়লত নাগৰিকে কৰিব পাৰিব স্ব-গণনা দৈনন্দিন বাৰ্তা - June 28, 2026 জুবিন গাৰ্গলৈ ছবিৰে শ্ৰদ্ধাৰ্ঘ্যঃ টলিউডত নিৰ্মাণ হ’ব ‘লাভ ইউ জুবিন দা’ দৈনন্দিন বাৰ্তা - June 28, 2026 মুখ্যমন্ত্ৰীৰ সপোন দেখা গৌৰৱৰ ওপৰত আস্থা নাই হাইকমাণ্ডৰ দৈনন্দিন বাৰ্তা - June 28, 2026