Zubeen Garg Death Case: মুম্বাইলৈ ৰাওনা APS মৰমী দাসৰ নেতৃত্বত SIT

মুম্বাইলৈ ৰাওনা SIT। (Zubeen Garg Death Case)

জুবিনৰ ঘনিষ্ঠৰ সাক্ষ্য গ্ৰহণ কৰিব তদন্তকাৰী দলটোৱে।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুম্বাইত উপস্থিত মৰমী দাস ।

কিছু বছৰ পূৰ্বে মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিছিল জুবিন গার্গে।

সেই হাস্পতালখনৰ চিকিৎসবকক সোধা-পোছা কৰিব মৰমী দাসে।

জুবিন গাৰ্গৰ অসুস্থতা সন্দৰ্ভত তথ্য ল’ব SIT-এ।

এই সকলো তথ্য সন্নিবিষ্ট কৰা হ’ব চার্জশীটত।



Related Articles