চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰৰ ঘাইপথ নিৰ্মাণৰ নামত জামুগুৰিহাটত ছিমপ্লেক্স নামৰ বহি:ৰাজ্যৰ কোম্পানীটোয়ে চলাইছে অনিয়ম দুৰ্নীতি।জামুগুৰিহাটৰ চকীঘাটৰ পৰা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ হোৱালৈ প্ৰায় ৫কিলোমিটাৰ দৈঘ্যৰ পথটোৱা নিৰ্মাণৰ ক্ষেত্ৰত বালি মাটি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। চৰকাৰী নিয়ম অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্বাচনৰ ক্ষেত্ৰত কাঠমাটি বা পাহাৰীয়া মাটি ব্যৱহাৰ কৰিব লাগে যদিও ছিমপ্লেক্স কোম্পানীটোৱে পথ নিৰ্মাণৰ বেলিকা জীয়া ভৰলীৰ বালি মাটি ব্যৱহাৰ কৰিছে।পূৰ্বৰ পৰাই স্থানীয় ৰাইজে এই ক্ষেত্ৰত অভিযোগ কৰি আহিছে যদিও ৰাইজৰ কথাক কোনো ধৰণৰ গুৰুত্বই নিদি বহি:ৰাজ্যৰ কোম্পানীটোৱে এইদৰেই বালিমাটি পথ নিৰ্মাণত ব্যৱহাৰ কৰি আহিছে। ইফালে জীয়া ভৰলী নদী খান্দি চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰৰ ঘাইপথ নিৰ্মাণ কৰাক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৫ টা খাদ্যই শৰীৰৰ ক্ষতি কৰাই নহয়, আয়ুসও কমাই…
- বিশাল পতনৰ পিছত ষ্টক মাৰ্কেটত চেন্সেক্স-নিফটিৰ ১৫১ পইণ্ট বৃদ্ধি…
- উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল চিমেন চাপৰিত আশাপ্ৰদ প্ৰদৰ্শন ! ছখন শিক্ষানুষ্ঠানত উত্তীৰ্ণ হাৰ ১০০ শতাংশ…
- আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত জামিনৰ শুনানি…
- ৪৫০ টকাৰ বাবে কেব চালকৰ সৈতে কাজিয়া 12th Failৰ অভিনেতা বিক্ৰান্ত মেছিৰ! ভিডিঅ’ চাওক…
- আজি পুনৰ ছমাহৰ পিছত ভক্তৰ বাবে খোল খালে কেদাৰনাথ ধামৰ দুৱাৰ…
- আজি পবিত্ৰ অক্ষয় তৃতীয়া। দেৱী লক্ষ্মীক সন্তুষ্ট কৰি ধনী হোৱাৰ সোণালী সুযোগ, মাত্ৰ কৰিব লাগিব এটা কাম…
- ন্যায় পাবনে পংখীয়ে? পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত আটাছুৰ ডিমৌত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ, নিষ্ঠুৰ নীতিকেশ দাসক ফাঁচীৰ দাবী…
- উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মাজত পুনৰ আৰম্ভ ফেৰী সেৱা…
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, সমাজকৰ্মী জিতেন বৰাৰ দেহাৱসান…