লাডাখৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু খনামুখ টিপমীয়া গাঁৱৰ বীৰ জোৱান নিতুল গগৈৰ ৷ অষ্টম অসম ৰেজিমেন্টত কৰ্মৰত চুবেদাৰ নিতুল গগৈ (৪৩) নামৰ জোৱান জনৰ ১৩ মাৰ্চত মৃত্যু হোৱাত সমগ্ৰ খনামুখ চিন্তামণিগড় অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ৷ লাডাখৰ চিয়াচেন গ্লেচিয়াৰত মৃত্যু অসমৰ জোৱানৰ ৷ খনামুখ টিপমীয়া গাঁৱৰ বীৰ জোৱান নিতুল গগৈৰ মৃত্যু হয় লাডাখত ৷ শিৱসাগৰ জিলা গৌৰীসাগৰ থানাৰ অন্তৰ্গত খনামুখ টিপমীয়া গাৱঁৰ প্ৰয়াত মইনা গগৈৰ পুত্ৰ তথা অষ্টম অসম ৰেজিমেন্টত কৰ্মৰত চুবেদাৰ নিতুল গগৈ (৪৩) নামৰ জোৱান জনৰ ১৩ মাৰ্চত মৃত্যু হয় ৷ লাডাখৰ চিয়াচেন গ্লেচিয়াৰত কৰ্মৰত জোৱানজনৰ কেনেকৈ মৃত্যু হ’ল । সেই বিষয়ে জানিব পৰা হোৱা নাই । যদিও তুষাৰপাতত মৃত্যু হোৱা বুলি আকাংক্ষা কৰা হৈছে । আনহাতে আজি এক বিশেষ বিমানযোগে তেওঁৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ অনা হ’ব ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…