নাটক কৰি ভাল পোৱা লৰাটো মঞ্চত অভিনয়ৰ মাজেৰে জীৱনৰ সপোন ৰচিব খোজা লৰাটো অংশুপ্ৰতীম শইকীয়া ৷ হয়তু বহুতৰে চিনাকি নাম হৈ পৰিছিল অংশুপ্ৰতীম । হঠাৎ ২১ বছৰীয়া অংশুপ্ৰতীমৰ জীৱনলৈ নামি অহা কাল অমানিশাই তেওঁৰ পিতৃ মাতৃৰ লগতে দুখীয়া পৰিয়াল টিক চকুৰ পানীৰে চৌদিশে অন্ধকাৰমই অৱস্থাৰ সৃষ্টি কৰিছে ৷ কাৰ্বিআংলংৰ দেওপানী গাৱঁৰ কম বয়সীয়া যুৱক অংশুপ্ৰতীম বৰ্তমান অতিশয় সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসা লয়ত ভৰ্তি হৈ আছে ৷ বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ নাটকৰ ছাত্ৰ অংশুপ্ৰতিম শইকীয়া লিভাৰৰ অতি সংকটজনক ৰোগত আক্ৰান্ত হৈ বৰ্তমান নেমকেয়াৰ হাস্পতালৰ আইচিইউ ত চিকিৎসাধীন হৈ আছে ৷ প্ৰতিভাধৰ যুৱক জনৰ চিকিৎসাৰ বাবে বহু পৰিমাণৰ মোটা ধনৰ আৱশ্যক হৈ পৰিছে ৷ ইতিমধ্যে বহুতো শুভাকাংক্ষীয়ে তেওঁক সহায়ৰ হাত আগবঢ়াইছে যদিও সেইয়া যথেষ্ট নহয় তেওঁ জীৱনটো বচাবৰ বাবে ৷ অন্যহাতে অংশুপ্ৰতীম শইকীয়াৰ একাউন্টটো ‘জিৰ’ বেলেন্সৰ একাউন্ট’ হোৱা বাবে ১ লাখতকৈ অধিক ধনৰ লেনদেন নহয় । সেই কাৰণে বহু শুভাকাংক্ষীয়ে তেওঁলৈ ধন পঠিয়াব পৰা নাই বুলি আমি সামাজিক মাধ্যমৰ জৰিয়তে গম পাইছোঁ । গতিকে হৃদয়বান ব্যক্তি সকলক অংশুপ্ৰতীমৰ পিতৃ মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিনম্ৰতাৰে অনুৰোধ জনাইছে ব্যক্তি সকলে শক্তি অনুযায়ী অংশুপ্ৰতীমক সহায় কৰিব বিচাৰিলে তেওঁৰে নাট্য শিক্ষাগুৰু সোনমণি শৰ্মাৰ একাউন্ট নাম্বাৰত দিব পাৰিব ৷ আপোনালোকৰ অকণমান সহায়ে এজন প্ৰতিভাধৰ যুৱক সুষ্ঠ হৈ উঠিব ৷ পুনৰ মঞ্চত অভিনয় কৰিবলৈ সক্ষম হব ৷ সকলোৰে সুবিধাৰ বাবে তলৰ একাউণ্ট নম্বৰটোত দিব পাৰিব ৷
সোণমিণ শৰ্মা
একাউণ্ট নং – ৩৩৮২১৬৭৬৬৭৩
IfSc:SBIN0007060
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…