সাংস্কৃতিক মহাসভা অসমৰ ওদালগুৰি জিলা সমিতিৰ এখন ৰাজহুৱা সভা যোৱা ২১মাৰ্চত জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ কাৰ্যলয়ত অনুষ্ঠিত হয়।উক্ত সভাত উপস্হিত থাকি সাংস্কৃতিক মহাসভাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ডক্টৰ হৰিৰাম দাস আৰু জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জন চলিহাই মহাসভাৰ লক্ষ্য উদ্দেশ্য তথা কাৰ্যপন্থাৰ বিষয়ে সদৰি কৰে সাংস্কৃতিক ভৱাপন্নভাৱে সকলে আগবিঢ়ি আহি শুদ্ধ দিশত সাংস্কৃতিক দিশটো আগবঢ়াই নিয়াৰ যাত্ৰা পথৰ সহযোগী হবলৈ আহ্বান জনায়।নৰেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভা খনৰ আতধৰে জিলা সমিতিৰ সভাপতি উপ ৰঞ্জিত দাসে।উক্ত সভাতে ৰঞ্জু শৰ্মাক সভাপতি,ৰাজীৱ বৰা আৰু ৰমেন দাসক উপসভাপতি,বনমালী দাসক সম্পাদক, জিতু দাসক সহকাৰী সম্পাদক হিচাপে লৈ সাংস্কৃতিক মহাসভা অসমৰ ওদালগুৰি আঞ্চলিক সমিতি খন গঠন কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…