Arijit Singh: নেপথ্য কণ্ঠশিল্পী হিচাপে গান নাগায় অৰিজিৎ সিঙে

PLAYBACK SINGINGৰ পৰা অৱসৰ ঘোষণা জনপ্রিয় কণ্ঠশিল্পী অৰিজিৎ সিঙৰ।(Arijit Singh)

ভাৰতীয় শাস্ত্ৰীয় সংগীতেৰে সংগীতৰ যাত্ৰা অব্যাহত ৰাখিব জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙে।

নেপথ্য কণ্ঠশিল্পী হিচাপে আৰু গান নাগায় অৰিজিৎ সিঙে।

মঙলবাৰে সামাজিক মাধ্যমত এই কথা ঘোষণা অৰিজিৎ সিঙৰ।

সামাজিক মাধ্যমত অৰিজিৎ সিঙৰ পোষ্টক লৈ ভিন্ন প্ৰতিক্ৰিয়া।

অৰিজিৎ সিঙৰ এই সিদ্ধান্তৰ পিছতে দুখ প্ৰকাশ কৰিছে অনুৰাগীয়ে।

Related Articles