সৰুপথাৰত ষ্ট্ৰং ৰুমত নিশা অঘটন। টিঙৰ বেৰা উন্মুক্ত হৈ থকাৰ গুৰুত্বৰ অভিযোগ ।
সৰুপথাৰ ষ্ট্ৰং ৰুমত নিশা অঘটন
ষ্ট্ৰং ৰুমৰ বাউণ্ডেৰীৰ এটা অংশৰ টিঙৰ বেৰা উন্মুক্ত হৈ থকাৰ গুৰুত্বৰ অভিযোগ ।
নিশা প্ৰায় ১. ৩০ মান বজাত সংঘটিত হয় এই ঘটনা ।
সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ ফালৰ পৰা পোৱা যায় এই টিঙৰ বেৰা খন ।
কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ WATCH AGENT য়ে উত্থাপন কৰিছে এই গুৰুত্বৰ অভিযোগ
প্ৰশাসনক উচিত তদন্ত কৰাৰ দাবী WATCH AGENT সকলৰ ।