পৰিবৰ্তনকামী বিজেপি চৰকাৰে সদায় উন্নয়নৰ ঢাক ঢোল বজাই আহিলেও প্ৰকৃততে যে চৰাঞ্চলৰ স্বাস্থ্য সেৱাৰ বিশেষ পৰিবৰ্তন হোৱা নাই সেয়া বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত নৈপৰীয়া চৰ অঞ্চল খোলাবান্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই সাক্ষ্য বহন কৰিছে। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ দ্বাৰা কৌটি টকা খৰচ কৰি নিৰ্মাণ কৰিছে যদিও আজিলৈকে উপলব্ধ হোৱা নাই চিকিৎসাৰ ভাৱে পৰ্যাপ্ত সুবিধা।চিকিৎসালয়ত ৰোগীৰ অনুপাতে নাই চিকিৎসক নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ যোগান । স্বাস্থ্য বিভাগে চিকিৎসালয় খনত নাৰ্ছ আৰু আশাকৰ্মী নিয়োগ কৰিছে যদিও প্ৰসুতি প্ৰসৱৰ বাবে নাই নূন্যতম সা-সুবিধা। উল্লেখ্য যে চিকিৎসাল খনত চিকিৎসক কৰ্মচাৰীৰ উপস্থিতও অনিয়মীয়া আৰু প্ৰায়েই দিনৰ ১১ বজাতেই বন্ধ হৈ পৰে স্বাস্থ্য কেন্দ্ৰখন যাৰ বাবে বছৰ বছৰ ধৰি বৃহত্তৰ চৰাঞ্চলৰ ৰাইজে চিকিৎসাৰ নামত যমৰ-যাতনাত ভুগিছে আহিছে। স্বাস্থ্য কেন্দ্ৰ খনলৈ চিকিৎসক, নাৰ্ছৰ লগতে পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ যোগান ধৰা ও এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰাৰ বাবে নতুন চৰকাৰ খনক দাবী জনাইছে অঞ্চলবাসী ৰাইজে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…