
আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজিপি যুৱ মৰ্চা সৌজনত দংকামোকাম বিজেপি যূৱ সম্নিলন অনুষ্ঠিত হয় ৷ সভাত উপস্থিত কেএএচি চিইএম ড° তুলিৰাম ৰংহাং ৰাইজক উদ্দেশি ভাষণ আগবঢাই ৷ ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত দলে টিকত দিলে সাজু বুলি উল্লেখ কৰে ৷

সকলো ৰাইজৰ সহায় সহযোগ কৰিবলৈ আহ্বান ৷ বিৰোধীদলে ৰাইজক বিপথে পৰিচালিত কৰা বাহিৰে কোনো কাম নাই বুলি উলেখ কৰে ৷ সভাত উপস্থিত থাকে মধ্য প্ৰদেশৰ সাংসদ তথা দিফু লোকসভাৰ প্ৰভাৰি ভিবেক কুমাৰ চাহু ।

