Earth Hour 2026: আজি বিশ্ব ধৰিত্ৰী ঘণ্টা দিৱস

আজি বিশ্ব ধৰিত্ৰী ঘণ্টা দিৱস।(Earth Hour 2026)

WWFৰ উদ্যোগত এই বিশ্বব্যাপী কাৰ্যসূচী।

নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈ পালন কৰা হ’ব ধৰিত্ৰী ঘণ্টা দিৱস।

১ঘণ্টাৰ বাবে অপ্রয়োজনীয় আলোক-বন্তিসমূহ জ্বলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাৰৰ।

পৰিৱেশতন্ত্ৰ সুৰক্ষাৰ বাবে এই কাৰ্যসূচী পালন কৰা হয়।

১৯৭০ চনৰ পৰা আজিৰ দিনটোতে ধৰিত্ৰী দিৱস পালন কৰি অহা হৈছে।

এইবাৰ বিশ্ব ধৰিত্ৰী দিৱস উদযাপনৰ ৫৬ বছৰ পূৰ্ণ হ’ব।

Related Articles