আজি মটক ৰাজ্যৰ প্ৰতিস্থাতা বীৰপুৰুষ সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস। উজনি অসমৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন।

আজি মটক ৰাজ্যৰ প্ৰতিস্থাতা বীৰপুৰুষ সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস। উজনি অসমৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন।

তিনিচুকীয়া,লখিমপুৰ,ডিব্ৰুগড়ৰ কোভিড প্ৰট’কল পালন কৰি বীৰপুৰুষগৰাকীৰ প্ৰতিমুৰ্তি আৰু প্ৰতিকৃতিত মাল্যাৰ্পন,বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধা জনোৱা হয়।

Related Articles