ক’ভিড ১৯ৰ মহামাৰীৰ সময়ত, ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া গদাধৰ চেলেং আৰু তেওঁৰ সতীৰ্থ সকলৰ দ্বাৰা পৰিচালিত স্বেচ্ছাসেৱী সংগঠন ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ উদ্যোগত গ্ৰাম্যাঞ্চলৰ ক’ভিড ১৯ত আক্ৰান্ত সকলে বিনামূলীয়া আহাৰ , খাদ্য সামগ্ৰীৰ যোগান কাৰ্যসূচী হাতত লোৱা হৈছে আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে যোৱা ২০ মে’ত তিনিচুকীয়া জিলাৰ অন্তৰ্গত সৰুমাইঠং গাঁৱত প্ৰায় ৩০০ শ পৰিয়ালক খাদ্য সামগ্ৰী চাউল ,দাইল,পিয়াজ, আলু,নিমখ,মিঠাতেল,বিস্কুট, চাবুন, বিতৰণ কৰা হয় ,
শ্ৰীযুত চেলেঙে এই মহামাৰীৰ বিৰুদ্ধে সকলোৱে একগোট হৈ যুজ দিবলৈ আহ্বান জনায় আৰু ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ এই কৰ্মসূচী অসমৰ সকলো জিলাতে আগবঢ়ায় নিয়াৰ পৰিকল্পনা ও ব্যক্ট কৰে
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দুৰ্নীতি নিবাৰকৰ জালত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ছহৰ আলী শিকদাৰ…
- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জামিন, নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি!
- মেটা গালা ২০২৪ত পৰিধান কৰা ঈশা আম্বানীৰ পোছাক তৈয়াৰ কৰিবলৈ ১০ হাজাৰ ঘণ্টা সময় লাগিছিল…
- ডায়েবেটিছৰ ভয়ত আম নোখোৱাকৈ আছে নেকি? কেনেকৈ খাব পকা আম…
- বিশ্বনাথৰ হৰিপ্ৰসাদ শৰ্মা গোৰ্খা সন্মিলনৰ সভাপতি হিচাপে নিৰ্বাচিত : বিভিন্ন দল সংগঠনৰ শুভেচ্ছা…
- ৫ টা খাদ্যই শৰীৰৰ ক্ষতি কৰাই নহয়, আয়ুসও কমাই…
- বিশাল পতনৰ পিছত ষ্টক মাৰ্কেটত চেন্সেক্স-নিফটিৰ ১৫১ পইণ্ট বৃদ্ধি…
- উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল চিমেন চাপৰিত আশাপ্ৰদ প্ৰদৰ্শন ! ছখন শিক্ষানুষ্ঠানত উত্তীৰ্ণ হাৰ ১০০ শতাংশ…
- আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত জামিনৰ শুনানি…
- ৪৫০ টকাৰ বাবে কেব চালকৰ সৈতে কাজিয়া 12th Failৰ অভিনেতা বিক্ৰান্ত মেছিৰ! ভিডিঅ’ চাওক…