পেহেলগাম নৰসংহাৰৰ এটা বছৰ সম্পূৰ্ণ হ’ল।(Pahalgam Attack Anniversary)
সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণক সুঁৱৰি শোকস্তব্ধ দেশবাসী।

পেহেলগাম আক্ৰমণৰ নিৰীহ ভুক্তভোগীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন।
সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

