Iran-Israel War: ইজৰাইল-লেবাননৰ যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি

ইজৰাইল-লেবাননৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি। (Iran-Israel War)

পুনৰ তিনি সপ্তাহলৈ বৃদ্ধি কৰা হ’ল যুদ্ধবিৰতিৰ ম্যাদ।

যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধিৰ কথা ঘোষণা ড’নাল্ড ট্ৰাম্প।

দুই দেশৰ শীৰ্ষ নেতৃত্বৰ আলোচনাৰ পিছতে যুদ্ধবিৰতি বৃদ্ধি কৰা বুলি ঘোষণা ড’নাল্ড ট্রাম্পৰ।

দুয়ো দেশৰ ৰাষ্ট্ৰপ্ৰধানেৰে হোৱাইট হাউছত বৈঠক বহিব ট্ৰাম্প।

ইৰাণৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত আমেৰিকাৰ।

Related Articles