pawan khera: জামিন লাভ নকৰিলে পৱন খেড়াইঃ যিকোনো মূহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া

জামিন লাভ নকৰিলে পৱন খেড়াই।(pawan khera)

যিকোনো মূহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া।

গ্ৰেপ্তাৰ নিশ্চিত কংগ্ৰেছ নেতা পৱন খেড়াৰ।

যিকোনো মুহূর্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে কংগ্ৰেছ নেতাজনক।

গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্রিম জামিনৰ আৱেদন জনাইছিল কংগ্ৰেছ নেতাগৰাকীয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে খেড়াৰ জামিন আৱেদন।

মুখ্যমন্ত্ৰীৰ পত্নীয়ে খেড়াৰ বিৰুদ্ধে তৰিছিল গোচৰ।

মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰি বিপদত খেড়া।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিক লৈ ভুৱা প্ৰচাৰ চলাই বিপদত পৱন খেড়া।

ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে নাকচ কৰে জামিন।

SCৰ জ্যেষ্ঠ অধিবক্তা অভিশেষ মন সিংভিয়ে খেড়াৰ হৈ দর্শাইছিল যুক্তি।

Related Articles