April 27, 2026 জাপানত প্রবল ভূমিকম্পঃ ভূমিকম্পৰ পাছতে ছুনামিৰ আগজাননী জাপানত প্রবল ভূমিকম্পঃ ভূমিকম্পৰ পাছতে ছুনামিৰ আগজাননী Share FacebookTwitterWhatsAppTelegramKooEmail জাপানত প্রবল ভূমিকম্প। ভূমিকম্পৰ পাছতে জাপানত ছুনামিৰ আগজাননী। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্রা ৬.২। কঁপি উঠিল জাপানৰ হোকাইডো অঞ্চল। প্রচণ্ড কম্পনত আতংকিত স্থানীয় বাসিন্দা। Author: দৈনন্দিন বাৰ্তা Related Articles কাইলৈৰ পৰা নীলাচলত অম্বুবাচী মহাযোগ দৈনন্দিন বাৰ্তা - June 21, 2026 ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি মানসিক চাপৰ পৰা সকাহ পাবলৈ কোনটো ভাল যোগাসন নে জিম ? দৈনন্দিন বাৰ্তা - June 21, 2026 ৰাজ্যত হ’ব প্ৰবল বৃষ্টিপাতঃ বিজুলী-ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা দৈনন্দিন বাৰ্তা - June 21, 2026