কাকপথাৰৰ ডিৰাক সোণজানত পথ দুৰ্ঘটনাত মৃত্যু সমাজকৰ্মী প্ৰাণজিৎ ফুকন

কাকপথাৰৰ ডিৰাক সোণজানত পথ দুৰ্ঘটনাত মৃত্যু প্ৰাণজিৎ ফুকন নামৰ যুৱক এজনৰ।

যুৱকজন বিভিন্ন সামাজিক কামত জড়িত আছিল।

বানাক্ৰান্তৰ সাহাৰ্য বাবে সঁহাৰি বিছাৰিছিল ৰাইজক।

যোৱকজনৰ নেতৃত্বত ২৬ তাৰিখে বান সাহাৰ্য প্ৰদান কৰা সিদ্ধান্ত আছিল।

এখন‌ বাইকৰ খুন্দাত নিহত হয় প্ৰাণজিৎ ফুকনৰ।

পৰিয়ালক উচিত ক্ষতিপুৰণ দিয়াৰ দাবী জনাইছে সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতিয়ে।

Related Articles