June 20, 2021 কলাগুৰুৰ সমাধিত নৃত্য-গীতৰ দ্বাৰা একাজলী শ্ৰদ্ধাঞ্জলি Share FacebookTwitterWhatsAppTelegramKooEmail কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ মৃত্যু তিথিত তেখেতৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কলাগুৰুৰ জেষ্ঠ পুত্ৰ তথা তেজপুৰ সমস্তিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই। লগতে সহযোগ কৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেন চন্দ্ৰ দাসে। Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026