সমগ্ৰ অসমৰ লগতে ভেৰগাঁও মহকুমা সদৰস্থিত বিষ্ণু প্ৰসাদ ৰাভা ভৱনৰ প্ৰাংগণতো জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ গণশিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ পৱিত্ৰ স্মৃতি দিৱস উদযাপন কৰা হয় ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,ভেৰগাঁও ৰাভা জাতীয় পৰিষদ ,ভেৰগাঁও ৰাভা সাহিত্য সভা আৰু ভেৰগাঁও ৰাভা মহিলা পৰিষদৰ উদ্যোগত ।কোভিড প্ৰট’ক’ল বিধি অনুসৰি অনুষ্ঠিত অনুষ্ঠানত চাৰিওটা জাতীয় সংগঠনৰ পতাকা সভাপতি সকলে উত্তোলন কৰে।স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে দণ্ডাধিক লোকশ বৈশ্য।অসমৰ প্ৰগতিশীল মীন পালক প্ৰসন্ন ৰাভাক উক্ত অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। আনহাতেপুৰন্দীয়া সাহিত্য সভাৰ সভাপতি খগেন্দ্ৰ নাথ বৰাদেৱে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি তেখেতে কয় জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ কলাগুৰু সৈনিক শিল্পী গৰাকীৰ গুণানুকীৰ্তন কৰি কয় যে আমি তেখেতক জীয়াই ৰাখিব লাগিব, অসম সাহিত্য সভাৰ দৰে পৃথিৱীৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটিয়ে তেখেতক সদায় চিৰস্মৰণীয় প্ৰাসংগিক কৰি তুলিব লাগিব। আনহাতে কলাগুৰুৰ পৱিত্ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি অৱসৰী শিক্ষক ৰজনী ডেকাই কয় যে সৰ্ব গুণাকৰ পুৰুষজনাৰ জীৱন কৰ্ম আদৰ্শ আমি সকলোৱে গ্ৰহণ কৰিলেহে তেওঁক প্ৰকৃত শ্ৰদ্ধা ভক্তি সেৱা জনোৱা হ’ব। শাখাৰ বিষয় ববীয়াসকলে সহযোগিতা আগবঢ়াই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গোলোকগঞ্জৰ হালাকুৰাত জুম্মাৰ নামাজৰ পিছতেই মাটিক লৈ দুই ফৈদৰ মাজত মাৰ পিটৰ ঘটনা…
- ৪ তাৰিখলৈ অপেক্ষা কৰক, বেছি দিন নাই; সকলো স্পষ্ট হ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
- নাজিৰাৰ গেলেকী মোডী নগৰ চাহ বাগিচাত নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ…
- গৰম দিনত আমাৰ মনলৈ অহা প্ৰথম ফল নেমু! নেমু পানী খোৱাৰ আছে বহু উপকাৰিতা…
- আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…
- ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…
- পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত…
- পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…
- শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…