ধিঙত প্ৰশাসনৰ উচ্ছেদ অভিযান ।

ধিঙত প্ৰশাসনৰ উচ্ছেদ অভিযান । ধিঙৰ কান্ধুলিমাৰী , খৈৰামাৰী আৰু মাঠখোলাকে ধৰি বিভিন্ন স্থানত মংগলবাৰে প্ৰশাসনৰ উচ্ছেদ অভিযান । অঞ্চলটোৰ একাংশ লোকে ব্ৰহ্মপুত্ৰৰ মাথাউৰিৰ দুয়োকাষে অৱৈধ ভাৱে চৰকাৰী ভূমি দখল কৰি ঘৰ দুৱাৰ বনাই নিগাজিকৈ বসবাস কৰি আহিছিল । আজি ধিঙৰ চক্ৰ বিষয়াৰ উপস্থিতিত আৰক্ষীৰ দলে কেইবাখনো জেচিবিৰ সহায়ত দখলকাৰী সকলৰ ঘৰ দুৱাৰ ভাঙি দিয়ে । 

Related Articles