২৫ আগষ্টৰ দিনটোতেই আৰম্ভ হৈছিল জুবিন-গৰিমাৰ প্ৰেমৰ সম্পৰ্ক

‘৩০ বছৰ গল্ডী…’।

আজিৰ দিনটোতেই প্ৰেমৰ সম্পৰ্কেৰ বান্ধ খাইছিল জুবিন-গৰিমা।

বিশেষ দিনটোক সুঁৱৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ।

সামাজিক মাধ্যমত গৰিমাই লিখিছে-

30 years Goldie..

See, today is 25th of August and this was the day that we said “I love you” to each other for the first time !

… And that’s for this lifetime and beyond !!

Related Articles