যোৱা ২০ জুন তাৰিখ ৰবিবাৰে ছয়গাঁও শিল্পী সমাজৰ সাধাৰণ সভাই আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সৰ্ব সন্মতি ক্ৰমে এখন কাৰ্যকৰী সমিতি গঠন কৰে। আৰু সভাপতি হিচাপে পুনৰাই কামেশ্বৰ নাথক আৰু সাধাৰণ সম্পাদক হিচাপে পুনৰাই তপন দাসক লৈ এখন ৩১জনীয়া কমিটি গঠন কৰে। কাৰ্যকৰী সভাপতি হিচাপে বাণেশ্বৰ দাস, উপ-সভাপতি: অনিল ঠাকুৰীয়া, প্ৰদীপ দাস, আৰু জীতেন চৌধুৰী, যুটীয়া সম্পাদক- গনেশ দাস আৰু নগেন সাউদ,সহ: সম্পাদক,: কমলেশ্বৰ দাস আৰু অপৰূপা কলিতা, সাংগঠনিক সম্পাদক : – নাৰায়ণ দাস ,সাংস্কৃতিক সভাপতি: হৰিণ শালৈ, সম্পাদক:- বলেন কলিতা,সহ: সম্পাদক: – কৱীন্দ্ৰ পাটোৱাৰী, জীতেন গোস্বামী, টিকেন কলিতা, আৰু মৃণাল পাঠক, সাহিত্য বিভাগৰ সভাপতি:- জয়ন্ত ৰাভা, সম্পাদক:- দেৱ কুমাৰ মেধি, প্ৰচাৰ বিভাগৰ সভাপতি:- সুকুমাৰ মেধি, সম্পাদক:- বিপুল ডাকুৱা , কাৰ্যালয় বিভাগত :- লখেশ্বৰ দাস সুৰেশ দাস, আৰু হৰেন দাস, আৰু কাৰ্যকৰী সদস্য:- ভাগ্যশ্ৰী কলিতা, অনজুৱাৰা বেগম, ৰঞ্জিত কলিতা, সুভাষ দাস, জগদীশ কলিতা,মোহনলাল বাসফোৰ আৰু শংকৰ দাস ক লৈ আগন্তুক কাৰ্যকালৰ বাবে এখন বলিষ্ঠ কাৰ্যকৰী কমটি গঠন কৰে।

