ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁঃ য়শৰ GIRLFRIENDৰ বিস্ফোৰণ

ফেচবুকত য়শ আগৰৱালাৰ GIRLFRIEND পূবালীৰ বিস্ফোৰণ।

‘য়শ আগৰৱালাই মোক ভাল পাবলৈ প্ৰপজেল দিছিল।’

‘অৰুণাচল যাবলৈ মোক ১লাখ টকা দিছিল,। iPhone দিছিল।’

‘মোক মোৰ বয়ফ্ৰেণ্ডে দিছিল সেই কাৰণে লৈছিলোঁ।’

‘ঘৰৰ পৰা চুৰি কৰি অনা টকাৰে দিছিল বুলি মই নাজানো।’

‘গংগা ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰীয়ে মোৰ দায়িত্ব ল’ম বুলি কোৱাত মই ভালেই পাইছিলোঁ’

‘মই এতিয়া বহুত লাজ পাইছো। মা-দেউতাৰ আগত মই মুখ উলিয়াব পৰা নাই।’

যশ আগৰৱালাৰ পৰা ধন লোৱাৰ কথা স্বীকাৰ পূবালী দত্তৰ।

অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমত স্পষ্টীকৰণ পূবালীৰ।

Related Articles