জুবিন হত্যাৰ গোচৰত তলব সৃজনী ভাস্ব মহন্তক।
আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত।
জুবিনৰ মৃত্যুৰ পাছত খড়াক শ্যামকানু মহন্তৰ বিৰুদ্ধে মন্তব্য কৰিছিল সৃজনীয়ে।
২৯ আগষ্টত আদালতত শুনানি গ্রহণ কৰাৰ সম্ভাৱনা সৃজনীৰ।
সামাজিক মাধ্যমত খুড়াক শ্যামকানু মহন্তৰ মুখা খুলিছিল সৃজনীয়ে।
জুবিনক শ্যামকানুৱে পণ্য সামগ্ৰী বুলি কোৱাৰ কথা উল্লেখ কৰিছিল সৃজনীয়ে।
জুবিন হত্যা গোচৰত সৃজনীক সাক্ষী হিচাপে অন্তর্ভুক্ত কৰিছিল SITএ।

