ৰাজ্যত যি বৰ্ধিত ক’ভিদৰ টীকাকৰণ প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিবৰ বাবে আজি কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ টীকাকৰণ কেন্দ্ৰত আহি উপস্থিত হয় যোৰহাট জিলাৰ অভিভাৱক মন্ৰী ডা° ৰনোজ পেগু ৷ উপস্থিত হৈ কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ সমস্যাৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ সংবাদিকৰে হোৱা কথাবতৰাত মন্ৰী গৰকীয়ে প্ৰকাশ কৰে যে এই টীকাকৰনক লৈ চৰকাৰে যি পৰিকল্পনা এটা দিনত ৩লাখ লোকক টীকাকৰণ কৰা হ’ব সেই বিষয়ত বিগত দিনকেইটাত চৰকাৰ লক্ষ্যত উপনীত হৈছে আৰু পৰবৰ্তী দিনকেইটাটো সকলোৰে সহযোগত লক্ষ্যত উপনীত হ’ব ৷ এই ক্ষেত্ৰত চাহ বাগিছা অঞ্চলত সজাগতা অনাৰ প্ৰয়োজনৰ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…
- দৈনিক ১ মাহ বিলাহীৰ ৰস খাওক, ওজনৰ লগতে শৰীৰৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব…
- Guwahati Sports Association (GSA) celebrates 66th Foundation Day with glittering annual awards night
- ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সফল সামৰণি। কৃষক, শিল্পী আৰু খেলুৱৈক সম্বৰ্ধনা
- দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আজি লাইখুটা স্থাপন
- আত্মবিশ্বাসী ড্রিম গার্লঃ মথুৰাৰ পৰা ৫-৭ লাখ ভোটত জয়ী হ’ব বুলি দাবী বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ…
- বৰপেটা শিক্ষা খণ্ডৰ নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰত “হ’বা তুমি বিজয়ীঃ এক প্ৰেৰণামূলক যাত্ৰা”…
- সাপেখাতীত শংকৰদেৱ শিশু নিকেতনৰ অভিনন্দন অনুষ্ঠান…