June 23, 2021 মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ টিকাকৰণ অভিযান পৰিদৰ্শন Share FacebookTwitterWhatsAppTelegramKooEmail মাননীয় অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চলিত টিকাকৰণ অভিযান পৰিদৰ্শন কৰিবলৈ আজি মহানগৰৰ বিভিন্ন চিভিচি পৰিদৰ্শন কৰে। এই ভ্ৰমণত তেওঁৰ সৈতে উপস্থিত থাকে মহানগৰ উপযুক্ত শ্ৰী বিশ্বজিৎ পেগু ,আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকল। Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026