সমগ্ৰ ৰাজ্যজুৰি ২০ জুন তাৰিখে কলাগুৰু বিষ্ণু ৰাভা দেৱৰ স্মৃতিত ৰাভা দিৱস পালন কৰি অহাৰ মাজতে আজি দুৱছৰ ধৰি ক’ভিড সৃষ্ট পৰিস্থিতিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ পালন কৰি অহাৰ মাজতে চলিত বৰ্ষত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত যোৱা ২০ জুনত এক ব্যতিক্ৰমীধৰণে এগৰাকী শিল্পীয়ে স্মৰণ কৰে গণশিল্পীগৰাকীৰ। ক’ৰণাসৃষ্ট পৰিৱেশৰ মাজত ঘৰতে আৱদ্ধ থাকি অতি কম সময়ৰ ভিতৰত কলাগুৰুক ৰংতুলিকাৰে প্ৰাণ দিছে এগৰাকী যুৱকে। যুৱক গৰাকীয়ে বিষ্ণু ৰাভাৰ একোখন ছবি অংকন কৰে মাত্ৰ তিনি মিনিটতে। জামুগুৰিহাটৰ ধলাইবিলৰ বিতুপন ভূঞাই নিজৰ ঘৰতে নিজৰ শিল্পীচৰ্চাৰ মাজেৰে কলাগুৰুক স্মৰণ কৰিছে। সৰুৰে পৰাই শিল্পীচৰ্চাৰ লগত জড়িত বিতুপনে বিভিন্ন সময়ত কাগজ,দেৱাল আদিত আকৰ্ষনীয় চিত্ৰ অংকন কৰি আহিছে। তাৰ মাজতে এইবাৰ নিজৰ অতি কাম সময়ৰ ভিতৰত সূন্দৰ ভাবে চিত্ৰ অংকন কৰি কলাগুৰুৰ প্ৰতি শ্ৰদ্ধা জনোৱা যুৱকজনৰ এই অভিনৱ প্ৰচেষ্টাই সকলোকে আকৰ্ষিত কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…