ৰাজনৈতিক জীৱনত ২৫ বছৰ পূৰ্ণ কৰিব নৰেন্দ্ৰ মোদীয়েঃ অনুষ্ঠিত হ’ব মাহজোৰা কাৰ্যসূচী

ৰাজনৈতিক জীৱনত এইবাৰ ২৫ বছৰ পূৰ্ণ কৰিব নৰেন্দ্ৰ মোদীয়ে।

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সু-শাসনৰ ২৫টা বছৰ অতিক্ৰম কৰিব।

৭ অক্টোবৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২৫টা বছৰ অতিক্ৰম কৰিব।

১৭ ছেপ্টম্বৰৰ পৰা ১৭ অক্টোবৰলৈ লোৱা হৈছে মাহজোৰা কাৰ্যসূচী।

জনসেৱাই নাৰায়ণ সেৱা এই বাণীৰে ১২টা কাৰ্যসূচী গ্ৰহণ বিজেপিৰ।

সেৱা আৰু সংকল্পৰ এমাহ কাৰ্যসূচীৰ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

Related Articles