June 27, 2021 দীঘলী পুখুৰীত শতাধিক মাছৰ মৃত্যু Share FacebookTwitterWhatsAppTelegramKooEmail গুৱাহাটীৰ দীঘলী পুখুৰীত মৰিছে শতাধিক মাছ। দীঘলী পুখুৰী কৰতৃপক্ষই জানিবলৈ দিয়া মতে অক্সিজেনৰ অভাৱত মৃত্যু হৈছে সহস্ৰাধিক মাছৰ। আৰু জনায় যে সূৰ্য্য উদয় নহওঁতেই পানীত উপঙি উঠিছে মৃত মাছবোৰ। Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026