June 28, 2021 BREAKING গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ভাং Share FacebookTwitterWhatsAppTelegramKooEmail গুৱাহাটী ৰে’লৱে পুলিচে জব্দ কৰে ভাংখিনি ।৩গৰাকী মহিলাই ৰে’লত আহিছিল ভাংখিনি ।জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় ১ লাখ টকা । মহিলাকেইগৰাকী সুনিতা দেৱী, অৰপিতা দেৱী আৰু কিৰণ দেৱী ,আগৰতলাৰ পৰা বিহাৰলৈ নিয়া হৈছিল ভাঙখিনি । Author: দৈনন্দিন বাৰ্তা Related Articles জ্যেষ্ঠ সাংবাদিক ভূপেন মহন্তৰ গ্ৰন্থ ‘ভাষা-সংস্কৃতি আৰু প্ৰজন্মৰ প্ৰীতি সংবাদ’ উন্মোচন । BOOK দৈনন্দিন বাৰ্তা - July 10, 2026 সদনত বিজনীক সমজিলাৰ মৰ্যদা প্ৰদান কৰাৰ দাবী উত্থাপন বিধায়ক অৰূপ কুমাৰ দে’ৰ দৈনন্দিন বাৰ্তা - July 10, 2026 বাজেট দাখিলৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল দৈনন্দিন বাৰ্তা - July 10, 2026