ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰ ৰেল ষ্টেশনৰ কাষতে থকা এটা পুখুৰী সদৃশ গাতত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ গোটেই অঞ্চলজুৰি এক চাঞ্চ্যলকৰ পৰিবেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে মৃত যুৱকজন চাপৰ সত্যপুৰ অঞ্চলৰ নিবাসী অমিও কুমাৰ মেধিৰ পুত্ৰ অভিজিৎ মেধী ওৰফে পেলু ।পৰিয়ালৰ লোকে জানিব দিয়া মতে যুৱকজনে প্ৰায় ২ ঘন্টামান আগতে চাইকেলেৰে খেতিৰ কামৰ কাৰণে বাহিৰলৈ আহিছিল ট্ৰেক্টৰ বিছাৰি। কিন্তু বহু সময় ধৰি উভতি নোযোৱাত ঘৰৰ মানুহ চিন্তনীয় হয় আৰু বিছাৰিবলৈ ধৰে। পিছত ৰাস্তাৰ কাষত চাইকেল আৰু পুখুৰী সদৃশ গাতৰ কাষত ছাতি দেখা পাই সন্দেহ কৰে আৰু পুখৰীটোত বিছাৰিবলৈ আৰম্ভ কৰে।অৱশেষত ৰাইজৰ সহযোগত যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ঘটনাটোৰ আচল ৰহস্য কি হত্যা নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই ।আৰক্ষীৰ তদন্দৰ পিছতহে ইয়াৰ আচল ৰহস্য পোহৰলৈ আহি পৰিব
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…