June 29, 2021 CORONA UPDATE : বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৩৭. ৫৬৬ জন Share FacebookTwitterWhatsAppTelegramKooEmail সুস্থ হৈ উঠিছে ৫৬,৯৯৪ জন। মৃত্যু হৈছে ৯০৭ জন ।ইয়াৰ লগে লগে দেশত কৰ’নাৰ সংখ্যা বৃদ্ধি পালে ৩,০৩,১৬. ৮৯৭ জন । আনহাতে অসমত বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ২,৬৮৯ জন ৷মৃত্যু হৈছে ৪২ জনৰ । Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026