কলকাতাত শোকাৱহ ঘটনাত ১৯ গৰাকী ভক্তৰ মৃ*ত্যু

দুৰ্গাপূজাৰ সপ্তমীৰ দিনা ভয়ংকৰ ঘটনা।

দুৰ্গাপূজাৰ মাজতে কলকাতাত শোকাৱহ ঘটনা।

চোৰবাগানত পূজাৰ পেণ্ডেল ভাঙি ১৯ গৰাকী ভক্তৰ মৃত্যু।

২৫ জনৰো অধিক লোক আহতৰ খবৰ।

কলকাতা ট্ৰেজেডীত জীৱন হেৰুওৱা নিকটাত্মীয়লৈ প্ৰদান কৰা হ’ব চৰকাৰী চাকৰি আৰু ২৫ লাখকৈ টকা।

প্ৰদান কৰা হ’ব ৫ লাখ টকাৰ আৰ্থিক সহায্য।

তদন্ত ঘোষণা কৰি মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ।

আনহাতে কলকাতাৰ শোকাৱহ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোকপ্ৰকাশ।

মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক অনুদান ঘোষণা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ।

আহত সকলৰ বাবেও ৫০ হাজাৰ টকাকৈ ঘোষণা PMNRFৰ।







Related Articles