২০২৮বৰ্ষত নাজিৰাত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৭সংখ্যক বাৰ্ষিক অধিৱেশন

২০২৮বৰ্ষত নাজিৰাত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৭সংখ্যক বাৰ্ষিক অধিৱেশন।

এই অধিৱেশনৰ আয়োজন সন্দৰ্ভত আজি নাজিৰা অনুষ্ঠিত হয় জাগৰণ সভা।

২০২৮ বৰ্ষত নাজিৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৭ সংখ্যক বাৰ্ষিক অধিৱেশন।

এই অধিৱেশনৰ উদ্দেশ্যৰে আজি নাজিৰা এমচি ক্লাৱত শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ অন্তৰ্গত সমূহ আঞ্চলিকৰ উপস্থিতিত অনুষ্ঠিত হয় এখন জাগৰণ সভা।

এই জাগৰণ সভাত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কুশল ঠাকুৰীয়া।

Related Articles