এনকাউণ্টাৰৰ ভয়ে খেদিছে ঘনকান্ত গগৈকঃ ঘনকান্তৰ সুৰক্ষাক লৈ আদালতৰ নিৰ্দেশনা…

এনকাউণ্টাৰৰ ভয়ে খেদিছে ঘনকান্ত গগৈক!

ঘনকান্তৰ সুৰক্ষাক লৈ CJM আদালতৰ কঠোৰ নিৰ্দেশনা-

জিম্মাৰ পৰা পলালে দায়ী হ’ব DCP,চেণ্ট্ৰেল।

সূৰ্যাস্তৰ পিছত আৰু সূৰ্যোদয়ৰ আগত উলিয়াই নিব নোৱাৰিব বাহিৰলৈ।

জেৰা বা তথ্য উদ্ধাৰৰ বাবে নিয়াৰ ক্ষেত্ৰত DSP পদমৰ্যাদাৰ তলৰ বিষয়া থাকিব নোৱাৰিব।

২৪ ঘণ্টাৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ।

খাদ্য পানীৰ লগতে সকলো প্ৰাথমিক সামগ্ৰী যোগান ধৰিব লাগিব।

সূৰ্যাস্তৰ পিছত আৰু সূৰ্যোদয়ৰ আগত অভিযুক্তক তথ্য উদ্ধাৰৰ বাবে নিয়াৰ ক্ষেত্ৰত আৰক্ষীৰ উপযুক্ত পহৰাৰ ব্যৱস্থা থাকিব লাগিব।

Related Articles