মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰো হেৰিটেজ ভিলেজত আয়োজিত গাৰো সম্প্ৰদায়ৰ ৱাংগালা উৎসৱৰ সোণালী জয়ন্তী।
সোণালী জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ‘হাণ্ড্ৰেড ড্ৰাম ফেষ্টিভেল’।
অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণৰ কিছু চিত্ৰ চাওক…





