জুবিন গাৰ্গৰ সপোনৰ বাহন খন বিক্ৰী হ’ল বুলি সামাজিক মাধ্যমত এক মিশ্ৰিত খবৰ প্ৰচাৰ হৈ আছে।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অতিকৈ মৰমৰ ৰেঞ্জ ৰভাৰ গাড়ীখন বিক্ৰী হ’ল বুলি সামাজিক মাধ্যমত এই খবৰ প্ৰথমে দিছিল দুলু আহমেদে।
সামাজিক মাধ্যমত চৰ্চিত খবৰ অনুসৰি জুবিন গাৰ্গৰ বাহনখন ক্ৰয় কৰা যুৱক জনৰ নাম সোণমনি দাস।

আজাৰাৰ সোণমনি দাস নামৰ যুৱকগৰাকীয়ে ক্ৰয় কৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৰমৰ বাহন ৰেঞ্জ ৰভাৰ খন।

