গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ

গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ।

সুব্ৰত কাকতিৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া ‘ডাবোল বিয়া’ নামৰ অসমীয়া চলচ্চিত্ৰখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

ছবিখনৰ দৃশ্যগ্ৰহণৰ উদ্দেশ্যে আজি বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় অভিনেতাগৰাকী।

বিমানবন্দৰত আহি উপস্থিত হোৱাৰ পিছতে টিম ‘ডাবোল বিয়া’ৰ পৰিচালক তথা শুভাকাংশী সকলে আদৰণি জনাই অভিনেতাগৰাকীক।

Related Articles