লালপুৰস্থিত ২৩নং এছ এছ বি বেটেলিয়নৰ সৌজন্যত ১৯জুলাইৰ পৰা কাবাডী, বক্সিং, বেডমিণ্টন, ফুটবল, ক্ৰিকেটৰ দৰে বিভিন্ন আন্ত: ইউনিট ক্ৰীড়া প্ৰতিযোগিতা ২৩নং বিএন এছএছবি লাপুলত আৰম্ভ কৰা হৈছে, উক্ত প্ৰতিযোগিতাত চেক্টৰ মুখ্য কাৰ্যালয় বেজপাৰাৰ অধীনৰ বাহিনীবোৰে অংশগ্ৰহণ কৰিছে। ২১ জুলাইত ঈদ উৎসৱৰ মূহূৰ্তত ২৩ বিএন আৰু ৩৭ বিএন মংগলদৈৰ মাজত ফুটবল খেলখন অনুষ্ঠিত হৈছে।প্লাৰতিযোগিতাত ২৩ নং এছ এছ বি লালপুলে মেচখনত ২-১ গ’লত বিজয়ী হৈছে। চেক্টৰৰ মুখ্য কাৰ্যালয় বেজপাৰা আৰু ৬১ এছএছবি ভৈৰবকুণ্ডৰ মাজত আন এখন ফুটবল খেলত এছ এছ বিৰ ডিআইজি চান্স কেইচিংয়েও অংশ গ্ৰহন কৰি খেলুৱৈ সকলক উৎসাহিত কৰিছে ।২৩ নং এচ এচ বি লালপুলৰ কমাণ্ডেন্ট ৰোহিতাচৱাই কয় যে, সকলো বিষয়া আৰু জোৱানে অতি উৎসাহেৰে খেল অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিছে আৰু ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খেলুৱৈ আৰু বিষয়া সকল কোভিড নেগেটিভ আৰু দুয়োটা পালি কোভিড ভেকছিন গ্ৰহণ কৰিছে লগতে ক্ৰীড়া অনুষ্ঠানবোৰে কোভিড নীতি-নিৰ্দেশনা পালন কৰি আয়োজন কৰা হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…