২৪জুলাইত গুৰু পূৰ্ণিমা উপলক্ষে অসম শ্ৰী সত্য সাই সেৱা কমিটীৰ ৰাজ্যিক সভাপতি সত্যেন শৰ্মা দেবৰ তত্বাৱধানত তেজপুৰ, বিশ্বনাথ চাৰিআলি, ওৰাং, দৰং আৰু তামুলপুৰ শ্ৰী সত্য সাই সেৱা কমিটীৰ নেতৃত্বত তেজপুৰ মেডিকেল কলেজ ত ২৫০ গৰাকী কভিড ৰোগী সকলৰ মাজত ফলমূল, গাখীৰ, খেজুৰ, বিস্কুট আৰু ORS বিতৰণৰ ব্যবস্থা কৰা হয় । উক্ত বিতৰণ অনুষ্ঠানত ভাগ লৈ তেজপুৰ সত্য সাই সেৱা কমিটিৰ তৰফৰ পৰা ডক্তৰ পি কে শৰ্মা, ডাঃ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা,(কনভেনৰ) বিজয় বৰা, (তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ জিলা সভাপতি) আৰু অংশুমান শৰ্মা । ওৰাং, শিঙৰী আৰু তামোল পুৰ কমিটিৰ তৰফৰ পৰা ক্ৰমে ধৃতিমান বৰুৱা (দৰং ওদালগুৰিৰ জিলা সভাপতি) পংকজ শৰ্মা, ভূপেশ ডেকা, ঝুলন শৰ্মা, দীপক নেৱাৰ, কৃষ্ণ বছনেত, জিতুমণি গায়ন আৰু জিংকুমনি গায়ন । তিনিবাৰ কৰি ঔম কাৰ ব্ৰহ্ম গায়ত্ৰী আৰু শ্ৰী সাই গায়ত্ৰী মন্ত্ৰৰে এই বিতৰণ কায্যসুচিৰ অনুষ্ঠান আৰম্ভণি কৰা হয় । এই বিতৰণ কায্য সূচি অনুষ্ঠানত সহযোগ কৰে তেজপুৰ মেডিকেল কলেজৰ তৰফৰ পৰা ডক্তৰ মাধৱ ৰাজবংশী (মুখ্য তত্বাৱধায়াক তেজপুৰ মেডিকেল কলেজ ) ডক্তৰ, নাৰ্ছ আৰু স্বাস্থ্য কৰ্মী সকলে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- যোৰহাট আৰক্ষীৰ গুলীত আহত দুধৰ্ষ চোৰ কুশ কুটুম…
- ক’ভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হ’ল উচ্চতম ন্যায়ালয়…
- আজি অসমৰ চাৰি লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…
- পুৱা ৯ বজালৈ গুৱাহাটীত ভোটদানৰ হাৰ ১০.৩৮%…
- আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ…
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…