মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ বৰালিমাৰীত বিগত এটা সপ্তাহে অঞ্চলটোত অব্যাহত থকা খহনীয়াৰ ফলত গৃহহীন হৈছে বহু পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন কেইবাটাও পৰিয়াললৈ। খহনীয়াৰ আতংকত বিনীদ্ৰ ৰজনী অতিবাহিত কৰিব লগা হৈছে নৈপৰীয়া ৰাইজে। কিন্তু এই ক্ষেত্ৰত মৰিগাঁও জিলা প্ৰশাসন তথা জিলা জলসম্পদ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া লোকে। উল্লেখ্য স্বাধীনতাৰ পিছৰে পৰাই লাহৰীঘাট অঞ্চলত অব্যাহত থকা খহনীয়াৰ ফলত লাহৰীঘাট-ভূৰাগাঁও ৰাজহচক্ৰ অন্তৰ্গত ৫০খনতকৈ অধিক গাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত নি:শেষ হৈছে যদিও আজিলৈকে কোনো এখন চৰকাৰে লাহৰীঘাট অঞ্চলৰ খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ সদিচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত নহল।খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…
- কলপাতত প্ৰসাদ আগবঢ়াওক, দৰিদ্ৰতা দূৰ হ’ব! জানি লওক নিয়ম…
- গভীৰ নিশা ৰাতিৰ আহাৰ কিয় এৰাই চলিব লাগে জানেনে? আছে ৪টা ডাঙৰ কাৰণ…
- আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল…
- ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…
- পিত্তথলীৰ পাথৰ কেনেকৈ হয়? ভাৰতী সিঙে বদহজম বুলি ভবা বিষটো পিত্তথলীৰ সমস্যা হৈ পৰিল…